New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- নগালেণ্ড প্ৰশাসনে ছীল কৰি দিলে অসম-নগালেণ্ড সীমান্ত।
- সীমান্তৰ চুতাফলা গেট ছীল কৰি দিয়া হৈছে।
- অনিৰ্দিষ্টকাললৈ ছীল কৰি দিয়া হৈছে অসম-নগালেণ্ড সীমান্ত।
- বিশেষ অনুমতি নাথাকিলে কোনো লোকে আহিব নোৱাৰিব।
- আবদ্ধ হৈ থকা বাহন নিৰ্দিষ্ট সময়তে নাহিলে নগালেণ্ডতে আবদ্ধ হৈ থাকিব লাগিব।
- এখন পত্ৰযোগে এই নিৰ্দেশনা দিয়া হৈছে।
- কোৰোনাৰ সন্ত্ৰাসৰ বাবেই লোৱা হৈছে এই ব্যৱস্থা।
- নগালেণ্ডৰ মোককচাঙৰ জিলা উপায়ুক্তই দিছে বিশেষ নিৰ্দেশ।