New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/maxresdefault.jpg)
প্ৰতিকী ফটো
- পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে।
- মিজোৰামত মৃত্যু অসমৰ যুৱকৰ।
- ৰাজ্যখনত ৰহস্যজনকভাৱে মৃত্যু লংকাৰ যুৱকৰ।
- মৃত যুৱকজনৰ নাম লাটু বৰা।
- লংকাৰ ২নং পিপল পুখুৰীত ঘৰ যুৱকজনৰ।
- কৰ্মসূত্ৰে মিজোৰামলৈ গৈছিল যুৱকজন।
- যুৱকজনক হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ।
- যুৱকজনক কোনে হত্যা কৰিলে জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us