আজি মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস

আজি মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস

author-image
asomiyapratidin
New Update
ছিকিমত নিশা দুৰ্বৃত্তই জ্বলালে বাছ

  • আজি মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস। 
  • ৰাজ্য দুখনে উদযাপন কৰিব ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস।
  • ১৯৮৭ চনৰ আজিৰ দিনটোতে ৰাজ্য হিচাপে স্বীকৃতি পাইছিল মিজোৰাম আৰু অৰুণাচল প্ৰদেশ।
  • ৰাজ্য দুখনৰ কেইবা ঠাইতো আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱস।