New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/87297645_10157298335543983_1156476410383040512_n.jpg)
- বৃহস্পতিবাৰে অৰুণাচললৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ।
- লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত অৱতৰণৰ পাছতে হেলিকপ্টাৰে অৰুণাচল প্ৰদেশলৈ যায় অমিত শ্বাহ।

- অৰুণাচলত ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণৰ উদ্দেশ্যে ৰাওনা হৈছে অমিত শ্বাহ।
- বিমানবন্দৰত অমিত শ্বাহক আদৰণি জনালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

- ইফালে অমিত শ্বাহৰ আগমনৰ কিছু সময়ৰ আগেয়ে ইটানগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অগণন লোকে।
- হাতে হাতে CAA বিৰোধী প্লে কাৰ্ড লৈ অৰুণাচলবাসীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/87297645_10157298335543983_1156476410383040512_n.jpg)