উত্তৰ-পূব অৰুণাচলৰ চিজুচাত আজিৰে পৰা আৰম্ভ পাকে পাগা হৰ্ণবিল মহোৎসৱ অৰুণাচলৰ চিজুচাত আজিৰে পৰা আৰম্ভ পাকে পাগা হৰ্ণবিল মহোৎসৱ asomiyapratidin 18 Jan 2019 12:22 IST Follow UsNew Updateঅৰুণাচলৰ চিজুচাত আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যিক পাকে পাগা হৰ্ণবিল মহোৎসৱ।উদুলি-মুদুলি চিজুচাৰ মহোৎসৱস্থলী।শুকুৰবাৰে পুৱা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইনয়ে শুভাৰম্ভ কৰিলে এই মহোৎসৱ ।দেশী-বিদেশী পৰ্যটকে ভৰি পৰিছে চিজুচা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক