অৰুণাচলত আছাম ৰাইফলছৰ সৈতে সংঘৰ্ষত নিহত এন এছ চি এন (ইউ)ৰ সদস্য

অৰুণাচলত আছাম ৰাইফলছৰ সৈতে সংঘৰ্ষত নিহত এন এছ চি এন (ইউ)ৰ সদস্য

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • অৰুণাচলত আছাম ৰাইফলছ আৰু এন এছ চি এন (ইউ)ৰ সংঘৰ্ষ।
  • খুনচা লকটং বস্তিত সংঘটিত হয় এই সংঘৰ্ষ।
  • এন এছ চি এন (ইউ)ৰ এজন সদস্য নিহত এই সংঘৰ্ষত।
  • বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ সংঘৰ্ষস্থলীৰ পৰা।