বিয়া খাই ঘূৰি আহোতে সংঘটিত দুৰ্ঘটনাত নিহত ৬জন…

বিয়া খাই ঘূৰি আহোতে সংঘটিত দুৰ্ঘটনাত নিহত ৬জন…

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

  • অৰুণাচলৰ নামচাইট সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত নিহত হৈছে ৬জনকৈ লোক।
  • ৰৈ থকা এখন টাটা ডি আই গাড়ীত খুন্দা চেন্ট্ৰ' বাহনৰ।
  • নামচাই জিলাৰ জয়পুৰৰ হাবি গাঁৱৰ পৰা বিয়া খাই ঘূৰি আহিছিল চেন্ট্ৰ' বাহনখন।
  • বাহনখনত আছিল শিশু-মহিলাসহ ১১জন যাত্ৰী।
  • তাৰে ৬জন নিহত হয়।
  • আহতসকলক নামচাইৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।