আজি অৰুণাচল প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

আজি অৰুণাচল প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

author-image
asomiyapratidin
New Update
সোৱণশিৰিৰ ধূনাগুৰি ঘাটত নিৰ্মাণ হ’ব ১.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী দলং…

  • আজি অৰুণাচল প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • বিশেষ বিমানেৰে মঙলবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী।
  • নিশাটো ACS ৭৬৪নং বেটেলিয়নৰ অতিথিশালাত কটালে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
  • আজি পাচিঘাটত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পিছত যাব পশ্চিম বংগলৈ।