অৰুণাচল প্ৰদেশত সেনা-এন এছ চি এন (কে)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলি

অৰুণাচল প্ৰদেশত সেনা-এন এছ চি এন (কে)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলি

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটক থানাৰ অধীনৰ খালকবস্তিত সেনা আৰু এন এছ চি এন (কে)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলি।
  • এই সংঘৰ্ষত এজন উগ্ৰপন্থী সদস্য গুলীবিদ্ধ হোৱা বুলি দাবী কৰিছে সেনা।
  • ঘটনাস্থলীৰ পৰা উদ্ধাৰ এটা AK-47 ৰাইফল।
  • সেনাই চাৰি সন্দেহজনক এন এছ চি এন (কে)) সদস্যক আটক কৰিছে।