New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণাচল প্ৰদেশত নিৰ্বাচনী হিংসা।
- শুকুৰবাৰে পুৱতি নিশা দুৰ্বৃত্তই জ্বলাই দিলে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী কাৰ্যালয়।
- আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে কাৰ্যালয়ৰ পেণ্ডেলত।
- কাইলৈ আছিল মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা।
- ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল।
- উল্লেখ্য যে, অহা ১১ এপ্ৰিলত অৰুণাচলত লোকসভাৰ লগতে বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ'ব।
- অৰুণাচলৰ লোকসভাত ২ খন আৰু বিধানসভাৰ আছে ৬০ খন আসন।