New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/corona-virus-last-24-hours-news.jpg)
- অৰুণাচলত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩৭ জন লোক।
- এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে।
- ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৩২ গৰাকীলৈ বৃদ্ধি হৈছে।
- এতিয়াও চিকিৎসাধীন হৈ আছে ১৬০ গৰাকী লোক।
- ইফালে ৭১ গৰাকী লোক আৰোগ্য হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে।