অৰুণাচলৰ আল’ত বিজেপিৰ বিশাল নিৰ্বাচনী ৰেলী, অংশ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে…

অৰুণাচলৰ আল’ত বিজেপিৰ বিশাল নিৰ্বাচনী ৰেলী, অংশ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে…

author-image
asomiyapratidin
New Update
অৰুণাচলৰ আল’ত বিজেপিৰ বিশাল নিৰ্বাচনী ৰেলী, অংশ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে…

  • অৰুণাচলৰ আল'ত বিজেপিৰ বিশাল নিৰ্বাচনী ৰেলীৰ আয়োজন।
  • ৰেলী অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • টুইটযোগে এই কথা জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • বিগত বৰ্ষসমূহত অৰুণাচলৰ উন্নয়ন আৰু বিকাশৰ বাবে বিজেপিয়ে যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে ৰাজ্যখনত।
  • সেয়েহে আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপিক আৰ্শীবাদ দিবলৈ অৰুণাচলবাসীক টুইটযোগে আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো়ডীয়ে।