১১ এপ্ৰিলত নিৰ্বাচন, ২৯ মাৰ্চতে ওলাল ফলাফল

১১ এপ্ৰিলত নিৰ্বাচন, ২৯ মাৰ্চতে ওলাল ফলাফল

author-image
asomiyapratidin
New Update
বোকাখাতত চাঞ্চল্যকৰ হত্যাকাণ্ড

  • ভোটগ্ৰহণ নৌহওঁতেই অৰুণাচল বিধানসভাত ওলাল ফলাফল।
  • পুনৰ এটা সমষ্টিত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী।
  • পূৰ্বেও দুই বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়ী হৈছিল।
  • শুকুৰবাৰে জয়ী হোৱা প্ৰাৰ্থীজনৰ নাম ফূৰ্পা ছেৰিং।
  • দিৰাং সমষ্টিৰ প্ৰাৰ্থী ফূৰ্পা ছেৰিং।
  • ইয়াৰ পূৰ্বে আলো ইষ্টত জয়লাভ কৰিছিল কেন্ট' জিনিয়ে।
  • ইয়াছুলি বিধানসভা সমষ্টিত জয়ী হৈছিল টাবা টেডিয়ে।
  • দুয়োটা সমষ্টিতে মনোনয়ন দাখিল কৰিছিল এজনকৈ প্ৰাৰ্থীয়ে।
  • ইফালে দিৰাং সমষ্টিত বিজেপি প্ৰাৰ্থীজনৰ প্ৰতিদ্বন্দ্বীয়ে উঠাই ল'লে নিজৰ মনোনয়ন।
  • ১১ এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন।
  • সেইদিনাই অনুষ্ঠিত হ'ব অৰুণাচলত লোকসভা নিৰ্বাচনো।