New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ARUNACHAL-AMIT.jpg)
ফাইল ফটো
- অৰুণাচল প্ৰদেশত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ।
- বিশাল জনসভাক সম্বোধন কৰি অমিত শ্বাহে ভাৰতীয় বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইকৰ প্ৰসংগ উত্থাপন।
- অমিত শ্বাহে কয়– আমাৰ দেশৰ সীমাৰ ভিতৰত যিয়ে গুলী চলাব, তাৰ প্ৰত্যুত্তৰ গুলীৰেই দিয়া হ'ব।
- প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৫০ কোটি দৰিদ্ৰ লোকক বিভিন্ন সুবিধা দিয়াৰ বাবে কাম কৰিছে।
- দৰিদ্ৰ পৰিয়ালক ৫ লাখ টকাপৰ্যন্ত চিকিৎসা সাহায্যৰ সুবিধা প্ৰদান কৰিছে মোদী চৰকাৰে।
- কংগ্ৰেছে ৫০ বছৰ ধৰি দৰিদ্ৰ পৰিয়ালৰ বাবে একো নকৰিলে।
- উত্তৰ-পূবৰ বিকাশৰ বাবে কাম কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
- উত্তৰ-পূবৰ এখন ৰাজ্যতো আজি কংগ্ৰেছ চৰকাৰ নাই।
- এয়া প্ৰধানমন্ত্ৰী মোডীৰ বাবেই সম্ভৱ হৈছে বুলিও মন্তব্য অমিত শ্বাহৰ।
- ইয়াৰোপৰি কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰে অমিত শ্বাহে।
- অৰুণাচলৰ পিছতে মণিপুৰৰ ৱাংজিঙৰ কদমপকপি খেলপথাৰত বিশাল জনসভাক সম্বোধন কৰিব অমিত শ্বাহে
- দিনৰ ২ বজাত জাগীৰোডৰ আঁহতগুৰি ম'হযুঁজ পথাৰত এক জনসভাক সম্বোধন কৰিব বিজেপি সভাপতিগৰাকীয়ে।