New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/EO7U2-sU4AAFVAL.jpg)
- মণিপুৰত পুৱাই বিস্ফোৰণ।
- ৰাজধানী ইম্ফলত হোৱা বিস্ফোৰণৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
- পশ্চিম ইম্ফলৰ নাগমপাল ৰিমচ ৰোডত বিস্ফোৰণ সংঘটিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EO7U2-iVUAA4hRb.jpg)
- IED বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে।
- ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EO7U2-kUUAER9n7.jpg)
- বৰ্তমান লৈকে জানিব পৰা হোৱা নাই হতাহতৰ বিষয়ে।