পুৱাই নাগালেণ্ডত ভূমিকম্পৰ জোকাৰণি…

পুৱাই নাগালেণ্ডত ভূমিকম্পৰ জোকাৰণি…

author-image
asomiyapratidin
New Update
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু…

  • মঙলবাৰে পুৱাই নাগালেণ্ডত ভূমিকম্পৰ জোকাৰণি।
  • নাগালেণ্ডৰ লংলেঙত অনূভুত হয় এই ভূমিকম্প।
  • ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৩.৫
  • পুৱা ৮.৩২বজাত অনভূত হৈছিল এই ভূমিকম্পৰ।
  • কোনো সা-সম্পত্তি নষ্ট হোৱাৰ খবৰ অহা নাই।