বৃহস্পতিবাৰে অৰুণাচললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, উদ্বোধন কৰিব কেবাখনো আঁচনিৰ

বৃহস্পতিবাৰে অৰুণাচললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, উদ্বোধন কৰিব কেবাখনো আঁচনিৰ

author-image
asomiyapratidin
New Update
বৃহস্পতিবাৰে অৰুণাচললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, উদ্বোধন কৰিব কেবাখনো আঁচনিৰ

ফাইল ফটো

  • বৃহস্পতিবাৰে অৰুণাচললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • ৩৪ সংখ্যক ষ্টেট হুড ডে'ত অংশগ্ৰহণ কৰিব।
  • আন কেবাটাও কাৰ্যসূতীটো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশ ল'ব।
  • কেইবাখনো আঁচনিও উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।
  • অৰুণাচল আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ শিলান্যাস কৰিব।
  • অৰুণাচল প্ৰদেশ ঔদ্যোগিক আৰু বিনিয়োগ আঁচনিৰো উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • তেওঁৰ সৈতে উপস্থিত থাকিব কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু।