উত্তৰ-পূব কৃত্ৰিম বানৰ কৱলত আগৰতলা… কৃত্ৰিম বানৰ কৱলত আগৰতলা… asomiyapratidin 03 Jun 2019 22:23 IST Follow UsNew Updateত্ৰিপুৰাৰ বিভিন্ন প্ৰান্ত কৃত্ৰিম বানৰ কৱলত।ৰাজধানী চহৰ আগৰতলাত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বান।দেওবাৰে নিশাৰ পৰা বানৰ কৱলত চহৰখন।বানৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক