অৰুণাচলৰ ৩ জিলাত পুনৰ বৃদ্ধি সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ

অৰুণাচলৰ ৩ জিলাত পুনৰ বৃদ্ধি সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ

author-image
asomiyapratidin
New Update
অৰুণাচলৰ ৩ জিলাত পুনৰ বৃদ্ধি সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ

প্ৰতীকি ফটো

  • অৰুণাচলৰ ৩খন জিলাত পুনৰ বৃদ্ধি কৰা হৈছে সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ।
  • পুনৰ ছমাহলৈ বলৱত্‍ থাকিব সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইনখন।
  • ম্যাদ বৃদ্ধি কৰা জিলা কেইখন হৈছে টিৰাপ, চাংলাং আৰু লংডিং।
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।