New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/AFSAP-1577707458.jpg)
প্ৰতীকি ফটো
- নাগালেণ্ডত বৃদ্ধি কৰা হৈছে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ।
- ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে এই ম্যাদ।
- ৩০ ডিচেম্বৰ সোমবাৰৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হৈছে।
- নাগালেণ্ডক পুনৰ ছমাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে।
- ২০২০ বৰ্ষৰ ৩০ জুন লৈকে এই আইন কাৰ্যকৰী হৈ থাকিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us