New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/a921396a-3686-483f-bb66-44fb54e4bc61.jpg)
- বিজেপি এৰি আনুষ্ঠানিকভাৱে এনপিপিত যোগদান কৰিলে অৰুণাচলৰ ৮ জন বিধায়কে।
- দলত্যাগ কৰা বিধায়কসলৰ ভিতৰত আছে ৰাজ্যখনৰ গৃহমন্ত্ৰী কে ৱাই।
- ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে যোগদান কৰে বিজেপিত।
- বিজেপিৰ বিচাৰধাৰক পথভ্ৰষ্ট আখ্যা দলত্যাগী বিধায়কসকলৰ।
- বিজেপিক সাম্প্ৰদায়িক দল আখ্যা অৰুণাচলৰ গৃহমন্ত্ৰীগৰাকীৰ।
- এন পি পিৰ মহা সচিব থমাছ চাংমাই তেওঁলোক আদৰণি জনালে দললৈ।