/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DuGQYooXgAUffrJ.jpg)
পুৱা ৮.৫৬ বজাতঃ ৰাজস্থানত বসুন্ধৰা ৰাজেৰ অগ্ৰগতি। ঝলৰাপটনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বসুন্ধৰা ৰাজে।
পুৱা ৮.৫২ বজাতঃ ৰাজস্থানৰ জবলপুৰত এটা ই ভি এম বিকল।
পুৱা ৮.৪৫ বজাতঃ মিজোৰাম- মুঠ আসন ৪০। কংগ্ৰেছ আগবাঢ়ি আছে এখন আসনত আৰু অন্যান্য আগবাঢ়ি আছে এখন আসনত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DuGVT9ZXgAUNg_Q.jpg)
পুৱা ৮.৪০ বজাতঃমধ্যপ্ৰদেশ- মুঠ আসন ২৩০। কংগ্ৰেছ আগবাঢ়ি আছে ৪৩খন আসনত। বিজেপি আগবাঢ়ি আছে ৩৯খন আসনত।
পুৱা ৮.৩৬ বজাতঃছত্তীশগড়- মুঠ আসন ৯০। বিজেপি আগবাঢ়ি আছে ২২খন আসনত। কংগ্ৰেছ আগবাঢ়ি আছে ২৬খন আসনত আৰু অন্যান্য ৪খন আসনত আগবাঢ়ি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DuGQhagWwAAukNa.jpg)
পুৱা ৮.৩২ বজাতঃৰাজস্থান- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন ১৯৯। কংগ্ৰেছ আগবাঢ়ি আছে ৫৭খন আসনত। বিজেপি আগবাঢ়ি আছে ৩৪ আসনত। অন্যান্য আগবাঢ়ি আছে দুখন আসনত।
তেলেংগানাতো ভোটগণনা আৰম্ভ। কংগ্ৰেছৰ দুখন আসনত অগ্ৰগতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DuGT3NEXQAEDWYM.jpg)
পুৱা ৮.২৫ বজাতঃ মিজোৰামত ৪০খন আসনৰ এখনত কংগ্ৰেছৰ অগ্ৰগতি।
পুৱা ৮.১০ বজাতঃ ৰাজস্থানত ২ আসনত কংগ্ৰেছৰ অগ্ৰগতি।
পুৱা ৮ বজাতঃ ভোটগণনাৰ কাম আৰম্ভ।