/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/85a12769-27f1-474a-a612-9f127f9c39da.jpg)
ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ৫ ৰাজ্যৰ ভিতৰত ৩খনতেই চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ। আবেলি ৪ বজা পৰ্যন্ত ভোটগণনাৰ অন্তত লাভ কৰা ফলাফল অনুসৰি ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছে চৰকাৰ গঠন কৰাতো প্ৰায়ে নিশ্চিত হৈছে। অৱশ্যেম মধ্যপ্ৰদেশত এতিয়াও বিজেপি আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে।
১. ৰাজস্থানঃ
- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ১৯৯।
- ফলাফল ঘোষিত হোৱা আসন- ৭৭।
- কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ৩৭।
- বিজেপিয়ে বিজয় সাব্যস্ত কৰা আসন- ২৮।
- অন্যান্যই বিজয় সাব্যস্ত কৰা আসন- ১২।
- বিজেপি আগবাঢ়ি আছে ৪০খনত।
- কংগ্ৰেছ আগবাঢ়ি আছে ৭০খনত।
- অন্যান্য আগবাঢ়ি আছে ১২খনত।
২. মধ্যপ্ৰদেশঃ
- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ২৩০।
- ফলাফল ঘোষণা হোৱা আসন- ১৯।
- কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ০৬।
- বিজেপিয়ে বিজয় সাব্যস্ত কৰা আসন- ১২।
- অন্যান্যই বিজয় সাব্যস্ত কৰা আসন- ১।
- বিজেপি আগবাঢ়ি আছে ৯০খনত।
- কংগ্ৰেছ আগবাঢ়ি আছে ১১১খনত।
- অন্যান্য আগবাঢ়ি আছে ১০খনত।
- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ১১৯।
- ফলাফল ঘোষিত হোৱা আসন- ৯৪।
- টি আৰ এছে বিজয় সাব্যস্ত কৰা আসন- ৭০।
- কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ১৭।
- বিজেপিয়ে বিজয় সাব্যস্ত কৰা আসন- ০।
- অন্যান্যই বিজয় সাব্যস্ত কৰা আসন- ৭।
- টিআৰএছ আগবাঢ়ি আছে ১৭খনত।
- কংগ্ৰেছ আগবাঢ়ি আছে ৫খনত।
- অন্যান্য আগবাঢ়ি আছে ৩খনত।
৪. ছত্তীশগড়ঃ
- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ৯০।
- ফলাফল ঘোষিত হোৱা আসন- ৮।
- কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ৮।
- বিজেপিয়ে বিজয় সাব্যস্ত কৰা আসন- ০।
- অন্যান্যই বিজয় সাব্যস্ত কৰা আসন- ০।
- বিজেপি আগবাঢ়ি আছে ১৩খনত।
- কংগ্ৰেছ আগবাঢ়ি আছে ৬০খনত।
- অন্যান্য আগবাঢ়ি আছে ৯খনত।
৫. মিজোৰামঃ
- মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ৪০।
- ফলাফল ঘোষিত হোৱা আসন- ৪০।
- কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ৫।
- এম এন এফে বিজয় সাব্যস্ত কৰা আসন- ২৬।
- অন্যান্যৰ বিজয় সাব্যস্ত কৰা আসন- ৯।