New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D67qFc7UwAAgJHn.jpg)
- অৰুণাচল প্ৰদেশত গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত সংগঠন এনএছচিএন (কে)ৰ ৩ দুৰ্ধৰ্ষ কেডাৰ।
- দেওবাৰে অসম ৰাইফলৰ নৱম ৰেজিমেন্টে পুৰণি চাংলাঙৰ পৰা গ্ৰেপ্তাৰ কৰে কেডাৰ কেইজনক।
- এক গোপন অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৩ কেডাৰক।
- ধৃত কেডাৰ কেইজনৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু আপত্তিজনক নথি উদ্ধাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us