New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/pawan-chamling-680x365.jpg)
- আজি ছিকিমৰ পৱন চামলিং চৰকাৰে ভৰি দিলে ২৫ বছৰত।
- ১৯৯৪ চনৰ ১২ ডিচেম্বৰত শাসনলৈ আহিছিল ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্ট চৰকাৰ।
- একেৰাহে পাঁচটাকৈ কাৰ্যকাল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে পৱন চামলিং।
- আজিৰ দিনটো SDF চৰকাৰে পালন কৰিব 'জনতাৰাজ স্থাপনা দিৱস' হিচাপে।