New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/FARMER.jpg)
প্ৰতীকি ফটো
- অৰুণাচল প্ৰদেশৰ কৃষকক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ১০০০কৈ টকা।
- মুখ্যমন্ত্ৰী পেমা খান্দুৱে এই কথা সদৰি কৰিছে।
- তেওঁ কয় যে, কৃষকসকল অৰুণাচল প্ৰদেশৰ বাবে ৰাজহাড়।
- লকডাউনৰ বাবে কৃষকসকল অসুবিধাত পৰিছে।
- কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিবলগীয়া সহায়ৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰেও কৃষকসকলক প্ৰদান কৰিব ১০০০কৈ টকা।
- যিসকল কৃষক পিএম কিষাণ আঁচনিৰ পঞ্জীয়নভুক্ত তেওঁলোকক চৰকাৰে প্ৰদান কৰিব এই ধন।