New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- উত্তৰ-পূবৰ আন এখন ৰাজ্য ছিকিমত ৰাজনৈতিক গৰা খহনীয়া।
- ছিক্কিম ডেমক্ৰেটিক ফ্ৰন্টৰ ১০ বিধায়কে যোগ দিলে বিজেপিত।
- দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু বিজেপিৰ কাৰ্যবাহী সভাপতি জে পি নড্ডাৰ উপস্থিতিত এই যোগদান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/image.png)
- যোগদান কৰা বিধায়কসকলৰ ভিতৰত নাই ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং।
- শেহতীয়া নিৰ্বাচনত ছিক্কিম ডেমক্ৰেটিক ফ্ৰন্টৰ ১৫ জন বিধায়ক জয়ী হৈছিল।
- ইয়াৰে ১০ জনে বিজেপিত যোগ দিয়াত ৰাজ্যখনত অস্তিত্বহীন হোৱাৰ দৰে হ'ল এই দলটো।
- বৰ্তমান ৰাজ্যখনত আছে ছিক্কিম ক্ৰান্তিকাৰী মৰ্চা শাসনত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EB1OipoW4AAPcr_.jpg)
- বিজেপিত যোগদান কৰা বিধায়কসকলে মোডী-অমিত শ্বাহৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।
- বিজেপিৰ শাসনত আস্থা ৰাখি দলটোত যোগদান কৰিছে বুলি উল্লেখ কৰে বিধায়কসকলে।