উত্তৰ–পূবৰ ৫খন ৰাজ্যৰ কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

উত্তৰ–পূবৰ ৫খন ৰাজ্যৰ কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…
  • উত্তৰ–পূবৰ ৫খন ৰাজ্যৰ কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
  • পূব অৰুণাচলত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহ মন্ত্ৰী জেমছ ৱাংলাটক প্ৰাৰ্থিত্ব প্ৰদান।
  • পশ্চিম অৰুণাচলত নাবাম টুকীক প্ৰাৰ্থিত্ব প্ৰদান।
  • নাবাম টুকী ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • পশ্চিম ত্ৰিপুৰাত প্ৰদ্যুৎ দেৱ বৰ্মনক প্ৰাৰ্থিত্ব প্ৰদান।
  • পূব ত্ৰিপুৰাত প্ৰাৰ্থিত্ব প্ৰদান গোপাল চন্দ্ৰ ৰয়ক।
  • মেঘালয়ৰ দুখন সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে।
  • শ্বিলঙত ভিনচেণ্ট পালাক প্ৰাৰ্থিত্ব প্ৰদান।
  • তুৰা সমষ্টিত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাক প্ৰাৰ্থিত্ব প্ৰদান।
  • নাগালেণ্ডত কে. এল. চিছিক প্ৰাৰ্থিত্ব প্ৰদান।
  • ছিকিমত প্ৰাৰ্থিত্ব প্ৰদান ভাৰত বছনেটক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in