শেহতীয়া খবৰ
অৰুণাচল, ছিকিমৰ বিধানসভা নিৰ্বাচন, ১৮ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ  •  হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

উত্তৰ–পূবৰ ৫খন ৰাজ্যৰ কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

1,010
  • উত্তৰ–পূবৰ ৫খন ৰাজ্যৰ কংগ্ৰেছ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
  • পূব অৰুণাচলত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহ মন্ত্ৰী জেমছ ৱাংলাটক প্ৰাৰ্থিত্ব প্ৰদান।
  • পশ্চিম অৰুণাচলত নাবাম টুকীক প্ৰাৰ্থিত্ব প্ৰদান।
  • নাবাম টুকী ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • পশ্চিম ত্ৰিপুৰাত প্ৰদ্যুৎ দেৱ বৰ্মনক প্ৰাৰ্থিত্ব প্ৰদান।
  • পূব ত্ৰিপুৰাত প্ৰাৰ্থিত্ব প্ৰদান গোপাল চন্দ্ৰ ৰয়ক।
  • মেঘালয়ৰ দুখন সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে।
  • শ্বিলঙত ভিনচেণ্ট পালাক প্ৰাৰ্থিত্ব প্ৰদান।
  • তুৰা সমষ্টিত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাক প্ৰাৰ্থিত্ব প্ৰদান।
  • নাগালেণ্ডত কে. এল. চিছিক প্ৰাৰ্থিত্ব প্ৰদান।
  • ছিকিমত প্ৰাৰ্থিত্ব প্ৰদান ভাৰত বছনেটক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি