শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

নগাঁৱৰ যুক্তালৈ যোগ সম্ৰাজ্ঞী সন্মান..

ডিজিটেল সংবাদ নগাওঁঃ আন্তঃজিলা যোগাসন প্ৰতিযোগিতাত নগাঁৱৰ যুক্তা বৰাই যোগ সম্ৰাজ্ঞী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। অসম যোগাসন স্প’ৰ্টছ এচ’ছিয়েশ্বনে ডিব্ৰুড়ত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনl যুক্তা বৰাই যোগ সম্ৰাজ্ঞী সন্মানৰ লগতে চিনিয়ৰ ছোৱালী শাখাত প্ৰথাম স্থান লাভ কৰিছে।

ইয়াৰ বাহিৰেও প্ৰতিযোগিতাখনত নগাঁৱৰ পৰা অংশ গ্ৰহণ কৰা অস্মিতা দাস, অৰ্ঘজ্যোতি বৰা, অমন বিশ্বাস, মিতালী শৰ্মা, ৰাজশ্ৰী শৰ্মা, ধৰ্মেন্দ্ৰ সিঙে বিভিন্ন শাখাত যোগ্যতা অৰ্জন কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি