নগাঁৱত নকল সোণৰ নাওঁসহ ৪ জনক আটক…

নগাঁৱত নকল সোণৰ নাওঁসহ ৪ জনক আটক…
  • নগাঁৱৰ কেন্দুগুৰিত নকল সোণৰ নাওঁসহ সৰবৰাহকাৰীক আটক।
  • নকল সোণ বিক্ৰীৰ বাবে আহিছিল চাৰিজন যুৱক।
  • ধৃত সৰবৰাহকাৰী আতিকুৰ ৰহমান,চিৰাজুল ইছলাম,মুছলিমউদ্দিন,অশোক কুমাৰ।
  • ধৃত তিনিজনৰ ঘৰ লক্ষীমপুৰত আৰু এজনৰ ঘৰ উত্তৰ প্ৰদেশত।
  • আৰক্ষীৰ জব্দ কৰে দুই লক্ষাধিক নগদ ধন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in