অসমত দিয়া নহয় লকডাউন : সৰ্বানন্দ সোণোৱাল

অসমত দিয়া নহয় লকডাউন : সৰ্বানন্দ সোণোৱাল
  • অসমত দিয়া নহয় লকডাউন এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
  • ৰাজ্যক স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ।
  • কোনো অঞ্চলত কোৰোনাৰ সংক্ৰমন বৃদ্ধি হ'লে কন্টেইনমেন্ট জ'ন কৰা হ'ব বুলি কয় সোণোৱালে ।
  • প্ৰশাসনে বান্ধি দিয়া নিয়ম নীতিৰে বিহু পালন কৰিবলৈ আহ্বান ।
  • মাস্ক আৰু সমাজিক দুৰত্ব মানি চলিবলৈ আহ্বান ৰাজ্যবাসীক ।
  • ভেকচিন গ্ৰহন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in