অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা…

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা…
  • অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই অৱশেষত সঁচা হ'ল।
  • অসমত বন্ধ কৰা হ'ল ইন্টাৰনেট সেৱা।
  • অসমৰ অতিৰিক্ত মুখ্য সচিবে ঘোষণা কৰিলে এই কথা।
  • ২৪ ঘণ্টাৰ বাবে বন্ধ কৰা হ'ল এই সেৱা।
  • বুধবাৰে সন্ধিয়া ৭ বজাৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া ৭ বজালৈকে বন্ধ থাকিব এই সেৱা।
  • ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত অঞ্চলসমূহত বন্ধ কৰা হ'ল ইন্টাৰনেট সেৱা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in