শেহতীয়া খবৰ
ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান...  •  প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি দেখি আৰক্ষীৰ পলায়ন...  •  প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ... VIDEO  •  ছুপাৰমাৰ্কেটৰ ট্ৰেফিক পইণ্ট জ্বলালে প্ৰতিবাদকাৰীয়ে... EXCLUSIVE VIDEO  •  দিশপুৰত পানী মাৰি প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা আৰক্ষীৰ...

প্ৰশাসনৰ অনুমতি অবিহনে মহানগৰীত সংগ্ৰহ কৰিব নোৱাৰিব বান সাহাৰ্য

1,120
  • প্ৰশাসনৰ অনুমতি অবিহনে মহানগৰীত সংগ্ৰহ কৰিব নোৱাৰিব বান সাহাৰ্য।
  • এক বিক্ষিপ্ত ঘটনাৰ পিছতে এই নিৰ্দেশ আৰক্ষী আয়ুক্তৰ।
  • বৃহস্পতিবাৰে এটা শ্ব’পিং মলত বান সাহাৰ্য সংগ্ৰহ কৰিবলৈ গৈছিল এটা সংগঠন।
  • খিলঞ্জীয়া অধিকাৰ মঞ্চ নামৰ সংগঠনটোৰ ৭ সদস্যই বান সাহাৰ্য সংগ্ৰহৰ বাবে প্ৰৱেশ কৰিছিল শ্ব’হাম নামৰ শ্বপিং মলত।
  • বলপূৰ্বকভাৱে ধন দাবী কৰাৰ অভিযোগ সংগঠনটোৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে।
  • দুয়ো পক্ষৰ মাজত ইয়াকে লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
  • আৰক্ষীয়ে আটক কৰে অমিতাভ শৰ্মাসহ ৭জন সদস্যক।
  • শ্ব’হামৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে তেওঁলোকক।
  • তাৰ পিছতে আৰক্ষী আয়ুক্তৰ ঘোষণা, প্ৰশাসনৰ অনুমতি অবিহনে গুৱাহাটীত তুলিব নোৱাৰিব বান সাহাৰ্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি