প্ৰশাসনৰ অনুমতি অবিহনে মহানগৰীত সংগ্ৰহ কৰিব নোৱাৰিব বান সাহাৰ্য

প্ৰশাসনৰ অনুমতি অবিহনে মহানগৰীত সংগ্ৰহ কৰিব নোৱাৰিব বান সাহাৰ্য
  • প্ৰশাসনৰ অনুমতি অবিহনে মহানগৰীত সংগ্ৰহ কৰিব নোৱাৰিব বান সাহাৰ্য।
  • এক বিক্ষিপ্ত ঘটনাৰ পিছতে এই নিৰ্দেশ আৰক্ষী আয়ুক্তৰ।
  • বৃহস্পতিবাৰে এটা শ্ব'পিং মলত বান সাহাৰ্য সংগ্ৰহ কৰিবলৈ গৈছিল এটা সংগঠন।
  • খিলঞ্জীয়া অধিকাৰ মঞ্চ নামৰ সংগঠনটোৰ ৭ সদস্যই বান সাহাৰ্য সংগ্ৰহৰ বাবে প্ৰৱেশ কৰিছিল শ্ব'হাম নামৰ শ্বপিং মলত।
  • বলপূৰ্বকভাৱে ধন দাবী কৰাৰ অভিযোগ সংগঠনটোৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে।
  • দুয়ো পক্ষৰ মাজত ইয়াকে লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
  • আৰক্ষীয়ে আটক কৰে অমিতাভ শৰ্মাসহ ৭জন সদস্যক।
  • শ্ব'হামৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে তেওঁলোকক।
  • তাৰ পিছতে আৰক্ষী আয়ুক্তৰ ঘোষণা, প্ৰশাসনৰ অনুমতি অবিহনে গুৱাহাটীত তুলিব নোৱাৰিব বান সাহাৰ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in