আজি এনএলএফবি মুৰব্বী এম বাথাই কৰিব আত্মসমৰ্পণ…

আজি এনএলএফবি মুৰব্বী এম বাথাই কৰিব আত্মসমৰ্পণ…
  • আজি আত্মসমৰ্পণ কৰিব এনএলএফবি মুৰব্বী এম বাথাই।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত কৰিছে টুইট।
  • তেওঁ টুইটাৰত লিখিছে-
  • 'সাধাৰণ ৰাইজে আমাৰ চৰকাৰৰ পলিচী সমূহক বিশ্বাস কৰিছে।'
  • 'তাৰেই উদাহৰণ এনএলএফবিয়ে আজি আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত।'
  • 'মই এই কাৰ্যক আদৰণি জনাইছো।'
  • উল্লেখ্য যে, বাথাৰ শিৰৰ মূল্য এনআইএ-য়ে ধাৰ্য কৰিছিল ১০ লাখ টকা।
  • অস্ত্র সৰবৰাহৰ গোচৰতো তদন্ত চলিছে আছে বাথাৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in