শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

আজি এনএলএফবি মুৰব্বী এম বাথাই কৰিব আত্মসমৰ্পণ…

  • আজি আত্মসমৰ্পণ কৰিব এনএলএফবি মুৰব্বী এম বাথাই।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত কৰিছে টুইট।
  • তেওঁ টুইটাৰত লিখিছে-
  • ‘সাধাৰণ ৰাইজে আমাৰ চৰকাৰৰ পলিচী সমূহক বিশ্বাস কৰিছে।’
  • ‘তাৰেই উদাহৰণ এনএলএফবিয়ে আজি আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত।’
  • ‘মই এই কাৰ্যক আদৰণি জনাইছো।’
  • উল্লেখ্য যে, বাথাৰ শিৰৰ মূল্য এনআইএ-য়ে ধাৰ্য কৰিছিল ১০ লাখ টকা।
  • অস্ত্র সৰবৰাহৰ গোচৰতো তদন্ত চলিছে আছে বাথাৰ বিৰুদ্ধে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি