শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

ফলাফল প্ৰকাশ নহওঁতেই পৰাজয় স্বীকাৰ কৰিলে JDUৰ প্ৰবক্তাই…

ডিজিটেল ডেস্কঃ ফলাফল প্ৰকাশ নহওতেই পৰাজয় স্বীকাৰ কৰিলে নীতিশ কুমাৰ নেতৃত্বাধীন JDUৰ দলে। দলটোৰ এগৰাকী প্ৰবক্তা কে চি ত্যাগীয়ে শেহতীয়াকৈ সংবাদমাধ্যমৰ আগত কয় যে, তেজস্বী যাদৱ নহয় প্ৰাকৃতিক পৰিঘটনাইহে আমাক পৰাজিত কৰিছে।

তেও লগতে কয় যে, বৰ্তমানেও নীতিশ কুমাৰ নাইকিয়া হৈ যোৱা নাই। আৰু তেজস্বী যাদৱেই যে মুখ্যমন্ত্ৰী হব তাৰ কোনো নিশ্চয়তা নাই। তথাপিও আমি পৰাজয় স্বীকাৰ কৰিছো বুলি ত্যাগীয়ে মন্তব্য কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি