৪ৰ্থ বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ…

৪ৰ্থ বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ…

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভাত নিৰ্বাচন হোৱাৰ পিছত দেওবাৰে অনুষ্ঠিত হয় এনডিএৰ বৈঠক। এই বৈঠকত সৰ্বসন্মতিক্ৰমে নীতিশ কুমাৰক এনডিএ বিধায়ক দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়। ইয়াৰ জৰিয়তে ৪ৰ্থ কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি হ'ল নীতিশ কুমাৰৰ।

ইয়াৰ পূৰ্বে পাটনাত দিনৰ প্ৰায় ১২ বজাত অনুষ্ঠিত হৈছিল বিজেপি আৰু জেইউডি দলৰ নেতা সকলৰ পৃথক পৃথক বৈঠক অনুষ্ঠিত হৈছিল। মুখ্যমন্ত্ৰী ঘৰত অনুষ্ঠিত যুটীয়া বৈঠকত সুৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in