১৩শ কোটি কেলেংকাৰীৰে জড়িত নীৰৱ মোডীৰ পৰা ৩খনকৈ ভুৱা পাছপ’ৰ্ট জব্দ…

১৩শ কোটি কেলেংকাৰীৰে জড়িত নীৰৱ মোডীৰ পৰা ৩খনকৈ ভুৱা পাছপ’ৰ্ট জব্দ…

ডিজিটেল ডেস্কঃ পঞ্জাৱ নেশ্যনেল বেংকৰ ১৩শ কোটি টকা লুটি লণ্ডনত ইমান দিনে আত্মগোপন কৰি থকা হীৰা ব্যৱসায়ী নীৰৱ মোডীক বুধবাৰে গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰাৰ পাছতেই আৰক্ষীয়ে ৱেষ্ট মিনিষ্টৰ মেজিষ্ট্ৰেটৰ ন্যায়ালয়ত হাজিৰ কৰে।

তাৰপাছতেই জব্দ কৰা হয় তিনিখনকৈ ভুৱা পাছপোৰ্ট। ইফালে, নীৰৱ মোডীৰ অধিবক্তাৰ এটা দলে জামিনৰ আৱেদন দিয়ে যদিও, সেই আৱেদন খাৰিজ কৰে জিলা ন্যায়াধীশ মাৰী মেলোনে। নীৰৱ মোডীক অহা ২৯ মাৰ্চলৈ আৰক্ষীয়ে জিম্মাত ৰাখিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in