দিল্লী নহয়, অসমত নিজামুদ্দিনৰ পৰা অহা লোকে চিকিত্‍সক-নাৰ্ছক দিলে ভাবুকি, তাৰ পিছত…

দিল্লী নহয়, অসমত নিজামুদ্দিনৰ পৰা অহা লোকে চিকিত্‍সক-নাৰ্ছক দিলে ভাবুকি, তাৰ পিছত…
  • দিল্লীৰ পিছত এইবাৰ চাবুৱাত নিজামুদ্দিনৰ পৰা উভতা লোকৰ উদ্ভণ্ডালি।
  • হাস্পতালৰ ভিতৰত তাণ্ডৱ চলালে একাংশ লোকে।
  • কোৱাৰেণ্টাইনলৈ অনা ৭ জন লোকে দিলে আৰশী-প্ৰশাসনক ভাবুকি।
  • যাৰ বাবে হাস্পাতাল এৰি যাব লগা হয় চিকিত্‍সক-নাৰ্ছ।
  • হাস্পাতালৰ বাহিৰলৈ গৈ প্ৰাণ ৰক্ষাৰ চেষ্টা।
  • চাবুৱা মডেল হাস্পতালত নিশা এই ঘটনা সংঘটিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in