বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ… VIDEO

বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ… VIDEO

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ লগতে কৌশলেৰে এন এইচ পি চি লৈ যন্ত্ৰাংশ কঢ়িয়াই লৈ যোৱা কাৰ্য বন্ধ কৰাৰ দাবীত বান্দৰদেৱাৰ সমীপৰ হাৰমতী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশাও জ্বলিল টায়াৰৰ জুই‌।

হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। কাৰ্যসূচীত বৃহৎ নদীবান্ধ আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিস্থিতি উত্তাল হৈ পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in