শেহতীয়া খবৰ
পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...

বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ… VIDEO

192

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ লগতে কৌশলেৰে এন এইচ পি চি লৈ যন্ত্ৰাংশ কঢ়িয়াই লৈ যোৱা কাৰ্য বন্ধ কৰাৰ দাবীত বান্দৰদেৱাৰ সমীপৰ হাৰমতী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশাও জ্বলিল টায়াৰৰ জুই‌।

হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। কাৰ্যসূচীত বৃহৎ নদীবান্ধ আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিস্থিতি উত্তাল হৈ পৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি