ৰে’লত যাত্ৰা কৰাৰ পূৰ্বে পঢ়ক এই খবৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • উত্তৰ–পূব সীমান্ত ৰে'লৱেই শনিবাৰৰ পৰা ১২ জুনলৈ বাতিল কৰিছে কেইবাখনো যাত্ৰীবাহী ৰে'লৰ চলাচল।
  • লামচাখং-লামডিঙৰ মাজত দ্বৈত ৰে'লপথ নিৰ্মাণৰ বাবেই বাতিল কৰা হৈছে কেইবাখনো ৰে'লৰ চলাচল।
  • ১৫৭১৭ গুৱাহাটী–মৰিয়নী ইণ্টাৰচিটী এস্কপ্ৰেছ, ১৫৭১৮ মৰিয়নী-গুৱাহাটী ইণ্টাৰচিটী এস্কপ্ৰেছ কৰা হৈছে বাতিল ।
  • প্ৰতি শনিবাৰে চলাচল কৰা ১৫৯২৭ ৰঙিয়া-ডিব্ৰুগড় এস্কপ্ৰেছো কৰা হৈছে বাতিল৷
  • ৫৫৬০১ গুৱাহাটী–লামডিং যাত্ৰীবাহী ৰে'লখন উভতিব চাপৰমুখৰ পৰা
  • ১৫৭৬৯ আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটী এস্কপ্ৰেছ প্ৰতিদিনে উভতিব হোজাইৰ পৰা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in