শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ৰে’লত যাত্ৰা কৰাৰ পূৰ্বে পঢ়ক এই খবৰ…

842
  • উত্তৰ–পূব সীমান্ত ৰে’লৱেই শনিবাৰৰ পৰা ১২ জুনলৈ বাতিল কৰিছে কেইবাখনো যাত্ৰীবাহী ৰে’লৰ চলাচল।
  • লামচাখং-লামডিঙৰ মাজত দ্বৈত ৰে’লপথ নিৰ্মাণৰ বাবেই বাতিল কৰা হৈছে কেইবাখনো ৰে’লৰ চলাচল।
  • ১৫৭১৭ গুৱাহাটী–মৰিয়নী ইণ্টাৰচিটী এস্কপ্ৰেছ, ১৫৭১৮ মৰিয়নী-গুৱাহাটী ইণ্টাৰচিটী এস্কপ্ৰেছ কৰা হৈছে বাতিল ।
  • প্ৰতি শনিবাৰে চলাচল কৰা ১৫৯২৭ ৰঙিয়া-ডিব্ৰুগড় এস্কপ্ৰেছো কৰা হৈছে বাতিল৷
  • ৫৫৬০১ গুৱাহাটী–লামডিং যাত্ৰীবাহী ৰে’লখন উভতিব চাপৰমুখৰ পৰা
  • ১৫৭৬৯ আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটী এস্কপ্ৰেছ প্ৰতিদিনে উভতিব হোজাইৰ পৰা ।


আপুনি পঢ়ি ভাল পাব পৰা বাতৰি