শেহতীয়া খবৰ
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড! নিহতৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি  •  পুৱাই জুবিনৰ পোষ্টঃ Nooooo CAB .we wl destroy it.  •  নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা...  •  লাহোৰত ভয়ংকৰ বোমা বিস্ফোৰণ, নিহত ১  •  'ৰুদ্ৰশিখা'ৰ যোগেদি দ্বিতীয় অসম আন্দোলনৰ ঘোষণা আছুৰ নেতৃত্বত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ...VIDEO  •  হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাছ, গুৰুতৰভাৱে আহত ১৪ যাত্ৰী...  •  কৰ্ণাটকত ভূমিস্খলন, নিহত ৩ শ্ৰমিক...  •  চামগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ... VIDEO  •  টিহুত ‘কেব’ৰ বিৰোধিতাৰে আছুৰ “মুখ্যমন্ত্ৰীৰ শ্মশান যাত্ৰা” কাৰ্যসূচী... VIDEO  •  ৰোষত নেতা-মন্ত্ৰীঃ দৌৰি বাচিল মন্ত্ৰী ফণীভূষণ, হাতযোৰ কৰি নিমাতে ৰ’ল ৰামেশ্বৰ তেলী, দিলীপ পাটগিৰীৰ গাড়ীতেই লগালে পোষ্টাৰ... VIDEO

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শিৱসেনাৰ হোৱাটো প্ৰায় নিশ্চিতঃ মাণিক ৰাও থাকৰে

265
  • মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শিৱসেনাৰ হোৱাটো নিশ্চিত।
  • এই কথা জানিবলৈ দিছে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ নেতা মাণিকৰাও থাকৰেয়ে।
  • ‘শিৱসেনাৰ পৰাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ব।’
  • ‘সেয়া প্ৰায় নিশ্চিত হৈছে।’
  • ‘আমাৰ মাজত আলোচনা চলি আছে।’
  • ‘এনচিপিয়ে কেতিয়াও মুখ্যমন্ত্ৰী পদৰ বাবে দাবী উত্থাপন কৰা নাই।’
  • -এই মন্তব্য কৰে মাণিকৰাও থাকৰেয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি