মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শিৱসেনাৰ হোৱাটো প্ৰায় নিশ্চিতঃ মাণিক ৰাও থাকৰে

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শিৱসেনাৰ হোৱাটো প্ৰায় নিশ্চিতঃ মাণিক ৰাও থাকৰে
  • মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শিৱসেনাৰ হোৱাটো নিশ্চিত।
  • এই কথা জানিবলৈ দিছে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ নেতা মাণিকৰাও থাকৰেয়ে।
  • 'শিৱসেনাৰ পৰাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ'ব।'
  • 'সেয়া প্ৰায় নিশ্চিত হৈছে।'
  • 'আমাৰ মাজত আলোচনা চলি আছে।'
  • 'এনচিপিয়ে কেতিয়াও মুখ্যমন্ত্ৰী পদৰ বাবে দাবী উত্থাপন কৰা নাই।'
  • -এই মন্তব্য কৰে মাণিকৰাও থাকৰেয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in