আজিৰে পৰা নতুন SOP: তিনি জিলালৈ বৃহৎ সকাহ

আজিৰে পৰা নতুন SOP: তিনি জিলালৈ বৃহৎ সকাহ
  • ৰাজ্যত আজিৰ পৰা জাৰি হৈছে নতুন SOP।
  • এই SOP অনুসৰি গোলাঘাট আৰু লখিমপুৰ জিলাত অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন।
  • পূৰ্বে লকডাউনত থকা যোৰহাট, বিশ্বনাথ, শোণিতপুৰ এই তিনিখন জিলাত শিথিল কৰা হৈছে লকডাউন।
  • এই তিনিখন জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।
  • মৰিগাঁও আৰু গোৱালপাৰা জিলাতো দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।
  • কামৰূপ মহানগৰকে ধৰি ২৫ খন জিলাত সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'ব কাৰ্ফিউ।
  • পূৰ্বৰ দৰেই এই নতুন SOP তো বন্ধ ৰখা হৈছে আন্তঃজিলা যাতায়াত ব্যৱস্থা।
  • ৩১ জুলাইলৈকে বাহাল থাকিব এই নিৰ্দেশনা।
  • পূৰ্বৰ দৰেই এই সময়চোৱাত বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, সাপ্তাহিক বজাৰ আদি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in