প্ৰথম, দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেগৰ ওজন হ’ব লাগিব ১.৫ কেজি, দ্বিতীয় শ্ৰেণীলৈ দিব নোৱাৰিব হোমৱৰ্ক

প্ৰথম, দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেগৰ ওজন হ’ব লাগিব ১.৫ কেজি, দ্বিতীয় শ্ৰেণীলৈ দিব নোৱাৰিব হোমৱৰ্ক
  • ৰাজ্যৰ কণ-কণ ছাত্ৰ-ছাত্ৰীলৈ সকাহ।
  • নিৰ্দিষ্ট কৰি দিয়া হ'ল স্কুল বেগৰ ওজন।
  • ওজন পৰ্যবেক্ষণৰ বাবে বিশেষ স্কোৱাড গঠনৰ নিৰ্দেশ, জিলা আৰু ব্লক পৰ্যায়ত গঠন কৰিব লাগিব বিশেষ স্কোৱাড।
  • ২৬ নৱেম্বৰত কণ কণ ছাত্ৰ-ছাত্ৰীৰ স্কুলবেগৰ ওজন-হোমৱৰ্ক সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছিল বিশেষ নিৰ্দেশনা।
  • শিক্ষাৰ্থীক মাত্ৰাধিক ওজনৰ বেগ-পঢ়াৰ বোজাত বাধা, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক দিব নোৱাৰিব হোমৱৰ্ক।
  • ভাষা আৰু গণিতৰ ওপৰত জ্ঞান দিব লাগিব ছাত্ৰ-ছাত্ৰীক।
  • তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰক দিব লাগিব পৰিৱেশ বিজ্ঞানৰ শিক্ষা।
  • প্ৰথম, দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ বেগৰ ওজন হ'ব লাগিব ১.৫ কেজি, তাতকৈ বেছি হ'ব নোৱাৰিব বেগৰ ওজন।
  • অহা শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত কাৰ্যকৰী হ'ব এই নিৰ্দেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in