শেহতীয়া খবৰ
সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....

আগন্তুক ২ বছৰত কেইবাখনো কলেজ বিশ্ববিদ্যালয় হ’ব…

  • অসমত বৃদ্ধি পাব বিশ্ববিদ্যালয়ৰ সংখ্যা।
  • শিৱসাগৰ, লখিমপুৰ, যোৰহাটৰ জে বি কলেজ সন্দিকৈ কলেজক দিয়া হ’ব বিশ্ববিদ্যালয়ৰ মৰ্যদা।
  • আগন্তুক দুবছৰৰ ভিতৰত এই মহাবিদ্যালয় কেইখনক উত্তৰণ কৰা হ’ব বিশ্ববিদ্য়ালয়লৈ।
  • আনহাতে এতিয়াৰে পৰা হ’ব অনলাইনযোগে শিক্ষকৰ বদলিকৰণ।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কৰিছে ঘোষণা।
  • নতুন শিক্ষা নীতিৰ আধাৰত শৈক্ষিক উত্তৰণ সন্দৰ্ভত জি এম চি এইছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সন্মিলনত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি