নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহ আৰ প্ৰাক্তন ৰাণী কোমল শ্বাহ কোৰোনাত আক্ৰান্ত…

নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহ আৰ প্ৰাক্তন ৰাণী কোমল শ্বাহ কোৰোনাত আক্ৰান্ত…
  • নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহ আক্ৰান্ত হৈছে মহামাৰী কোৰোনাত।
  • প্ৰাক্তন ৰজা গৰাকীৰ পত্নী তথা ৰাণীও আক্ৰান্ত হৈছে কোৰোনাত।
  • জ্ঞানেন্দ্ৰ শ্বাহ আৰু পত্নী কোমল শ্বাহ দুয়োগৰাকীয়ে কুম্ভমেলালৈ আহিছিল।
  • কুম্ভমেলাৰ পৰা উভতাৰ পিছত মঙলবাৰে দুয়োৰে দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।
  • সম্প্ৰতি দুয়োগৰাকীৰ সংস্পৰ্শলৈ অহা লোক সকলক চিনাক্ত কৰণ কৰিবৰ বাবে স্বাস্থ্য বিভাগে অব্যাহত ৰাখিছে অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in