শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহ আৰ প্ৰাক্তন ৰাণী কোমল শ্বাহ কোৰোনাত আক্ৰান্ত…

190
  • নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহ আক্ৰান্ত হৈছে মহামাৰী কোৰোনাত।
  • প্ৰাক্তন ৰজা গৰাকীৰ পত্নী তথা ৰাণীও আক্ৰান্ত হৈছে কোৰোনাত।
  • জ্ঞানেন্দ্ৰ শ্বাহ আৰু পত্নী কোমল শ্বাহ দুয়োগৰাকীয়ে কুম্ভমেলালৈ আহিছিল।
  • কুম্ভমেলাৰ পৰা উভতাৰ পিছত মঙলবাৰে দুয়োৰে দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।
  • সম্প্ৰতি দুয়োগৰাকীৰ সংস্পৰ্শলৈ অহা লোক সকলক চিনাক্ত কৰণ কৰিবৰ বাবে স্বাস্থ্য বিভাগে অব্যাহত ৰাখিছে অভিযান।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি