শেহতীয়া খবৰ
CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...

সন্ধান ওলাল নেপালৰ সন্ধানহীন বিমানৰ…

  • নেপালৰ সন্ধানহীন বিমানৰ সন্ধান ওলাল।
  • মনপাথিৰ পাহাৰৰ তলত পৰি আছে বিমানখন।
  • নেপালৰ বায়ু সেনাই দিছে এই তথ্য।
  • নেপালৰ সেনা উদ্ধাৰকাৰী দল ৰাওনা হৈছে ঘটনাস্থলীলৈ।
  • যাত্ৰীবাহী উৰাজাহাজখনত ২২গৰাকী যাত্ৰীৰ সৈতে আছিল ৪গৰাকী ভাৰতীয়।
  • নেপালৰ ব্যক্তিগত এয়াৰ লাইনছ তাৰা এয়াৰৰ এখন উৰাজাহাজ দেওবাৰে পুৱা সন্ধানহীন হৈছিল।
  • যাত্ৰী সকলৰ বিষয়ে এতিয়াও একো গম পোৱা হোৱা নাই।