সন্ধান ওলাল নেপালৰ সন্ধানহীন বিমানৰ…

সন্ধান ওলাল নেপালৰ সন্ধানহীন বিমানৰ…
  • নেপালৰ সন্ধানহীন বিমানৰ সন্ধান ওলাল।
  • মনপাথিৰ পাহাৰৰ তলত পৰি আছে বিমানখন।
  • নেপালৰ বায়ু সেনাই দিছে এই তথ্য।
  • নেপালৰ সেনা উদ্ধাৰকাৰী দল ৰাওনা হৈছে ঘটনাস্থলীলৈ।
  • যাত্ৰীবাহী উৰাজাহাজখনত ২২গৰাকী যাত্ৰীৰ সৈতে আছিল ৪গৰাকী ভাৰতীয়।
  • নেপালৰ ব্যক্তিগত এয়াৰ লাইনছ তাৰা এয়াৰৰ এখন উৰাজাহাজ দেওবাৰে পুৱা সন্ধানহীন হৈছিল।
  • যাত্ৰী সকলৰ বিষয়ে এতিয়াও একো গম পোৱা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in