নেপালত ভূমিস্খলন, কোৰিয়ান পৰ্বতাৰোহীসহ ৯ জনৰ মৃত্যু

  • শনিবাৰে নিশা নেপালত সংঘটিত হল শোকাৱহ ঘটনা।
  • নেপালৰ মাউন্ট গুজৰা পাহাৰত হোৱা ভূমিস্খলনত ৫ জন দক্ষিণ কোৰিয়ান পৰ্বতাৰোহীসহ ৯ জনৰ মৃত্যু।
  • পৰ্বতাৰোহী সকলে আশ্ৰয় লোৱা শিবিৰত নিশা খহি পৰিছিল পাহাৰৰ মাটি ।
  • বৰ্তমানেও উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in