নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় বেটছমেনৰ দুৰ্বল প্ৰদৰ্শন! ৪টা উইকেটৰ বিনিময়ত সংগ্ৰহ ৩৫ ৰান…

নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় বেটছমেনৰ দুৰ্বল প্ৰদৰ্শন! ৪টা উইকেটৰ বিনিময়ত সংগ্ৰহ ৩৫ ৰান…
  • বিশ্বকাপ-২০১৯ৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় খেলুৱৈৰ দুৰ্বল প্ৰদৰ্শন।
  • নিউজিলিণ্ডে ভাৰতৰ সন্মুখত বান্ধি দিছে ২৪০ ৰানৰ লক্ষ্য।
  • ১০ অভাৰত ৪টাকৈ উইকেট পতন ভাৰতৰ।
  • ১১.৪ অভাৰত ভাৰতে সংগ্ৰহ কৰিছে মাত্ৰ ৩৫ ৰান।
  • প্ৰথমে ক্ৰীজলৈ আহি মাত্ৰ ১ ৰানকৈ সংগ্ৰহ কৰি আউট হয় কে এল ৰাহুল আৰু ৰোহিত শৰ্মা।
  • ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়েও ৬টা বলত মাত্ৰ ১ ৰান সংগ্ৰহ কৰি উভতিব লগা হয় পেভিলিয়নলৈ।
  • ভাৰতীয় বেটছমেন দীনেশ কাৰ্তিকেওঁ ৬ ৰান কৰি আউট হয়।
  • বৰ্তমান ক্ৰীজত আছে আৰ পান্ট আৰু হাৰ্ডিক পাণ্ডেয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in