শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় বেটছমেনৰ দুৰ্বল প্ৰদৰ্শন! ৪টা উইকেটৰ বিনিময়ত সংগ্ৰহ ৩৫ ৰান…

139
  • বিশ্বকাপ-২০১৯ৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় খেলুৱৈৰ দুৰ্বল প্ৰদৰ্শন।
  • নিউজিলিণ্ডে ভাৰতৰ সন্মুখত বান্ধি দিছে ২৪০ ৰানৰ লক্ষ্য।
  • ১০ অভাৰত ৪টাকৈ উইকেট পতন ভাৰতৰ।
  • ১১.৪ অভাৰত ভাৰতে সংগ্ৰহ কৰিছে মাত্ৰ ৩৫ ৰান।
  • প্ৰথমে ক্ৰীজলৈ আহি মাত্ৰ ১ ৰানকৈ সংগ্ৰহ কৰি আউট হয় কে এল ৰাহুল আৰু ৰোহিত শৰ্মা।
  • ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়েও ৬টা বলত মাত্ৰ ১ ৰান সংগ্ৰহ কৰি উভতিব লগা হয় পেভিলিয়নলৈ।
  • ভাৰতীয় বেটছমেন দীনেশ কাৰ্তিকেওঁ ৬ ৰান কৰি আউট হয়।
  • বৰ্তমান ক্ৰীজত আছে আৰ পান্ট আৰু হাৰ্ডিক পাণ্ডেয়া।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি