মহাৰাষ্ট্ৰত বান, এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰিলে ১৫০জনক…

মহাৰাষ্ট্ৰত বান, এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰিলে ১৫০জনক…
  • মহাৰাষ্ট্ৰত বানৰ তাণ্ডৱ।
  • ৰাজ্যখনৰ ছাংগবী এলেকাত এন ডি আৰ এফৰ উদ্ধাৰ অভিযান।
  • এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে প্ৰায় ১৫০ জন লোকক।
  • উদ্ধাৰ কৰা লোক কেইজনৰ ভিতৰত ৩গৰাকী সন্তান সম্ভৱা মহিলা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in