চিৰাঙত গ্ৰেপ্তাৰ এনডিএফবিৰ কেডাৰ…

চিৰাঙত গ্ৰেপ্তাৰ এনডিএফবিৰ কেডাৰ…
  • চিৰাঙৰ পাণবাৰীৰ দৈমগুৰিত গ্ৰেপ্তাৰ এন ডি এফ বি (এছ) কেডাৰ।
  • সেনা-আৰক্ষী আৰু চিআৰপিএফে চলাইছিল অভিযান।
  • গ্ৰেপ্তাৰ হোৱা কেডাৰগৰাকীৰ নাম ৰাজু ব্ৰহ্ম।
  • ইফালে জব্দ কৰা হৈছে মাৰণাস্ত্ৰও।
  • জব্দ কৰা হৈছে বিদেশত নিৰ্মিত এটা বন্দুক, একে-৪৭ৰ লগতে দহ জাঁই গুলী আৰু এটা গ্ৰেনেড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in